Batore Hekhote (বাটৰে শেষতে) Lyrics
বাটৰে শেষতে (Batore Hekhote) lyrics বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে শাওণ তুমি নহ’লে উকা উকা মোৰ ফাগুণ বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে-পাশে বুকুৰে তুমি ভেদিলা পৰিধি.. আৰু হ’লা হঠাতে কি যে আপোন.. এতিয়া নিজৰ হিয়াতে মই নিজেই আলহী আজৰি হৈ খবৰ লবাচোন তুমি আহিলে নামে বুকুলে শাওণ তুমি নহ’লে উকা উকা মোৰ ফাণ্ডণ বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোণ আজি তোমাক পালে হয় আকৌ নতুন ৰৈ গ’লা তুমি এনেকৈ বুকুতে যেনেকৈ এটি চিনাকি নুপুৰৰ ৰুণজুন তুমি আহিলে নামে বুকুলে শাওণ তুমি নহ’লে উকা উকা উকা মোৰ ফাগুণ বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে